ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 4, 2026
Reading Time: 1 min read
A A
0
ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 4 | ASSAM TIMES POST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) প্ৰথমটো ইমেজিং উপগ্ৰহ EOS-05 (GSAT-1A) সফলতাৰে উৎক্ষেপণ কৰে। শুকুৰবাৰে পুৱতিনিশা ২.৫৫ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা GSLV-F17 ৰকেটেৰে মহাকাশলৈ প্ৰেৰণ কৰা হয় এই উপগ্ৰহটো।

শুকুৰবাৰে পুৱা ইছৰোৱে কয় যে জিএছএলভি-এফ১৭ ৰকেটে জিএছএটি-১এক পূৰ্বনিৰ্ধাৰিত ‘ছাব-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট’ত সফলতাৰে স্থাপন কৰিছে। ইছৰোৰ সঞ্চালক ভি নাৰায়ণনে কয়, “মই ঘোষণা কৰি অতি সুখী যে জিএছএলভি-এফ১৭ ৰকেটে অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ বা ভাৰতৰ প্ৰথমটো জিঅ’চিনক্ৰ’নাছ-অৰ্বিট ইমেজিং উপগ্ৰহ ইঅ’এছ-০৫ক পূৰ্বনিৰ্ধাৰিত কক্ষপথত সফলতাৰে আৰু সঠিকভাৱে স্থাপন কৰিছে।” জিএছএলভিৰ মিছনৰ সঞ্চালক থমাছ কুৰিয়ানে কয় যে এইটোৱেই হৈছে জিএছএলভিয়ে জিটিঅ’ বা উপ-জিটিঅ’ কক্ষপথলৈ প্ৰেৰণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ। তেওঁ কয়, “জিএছএলভিৰ ১৯ সংখ্যক অভিযান সফল হৈছে।”

isro1 | ASSAM TIMES POST
পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

যদিও ইছৰোৰ অস্ত্ৰভাণ্ডাৰত এক ডজনতকৈও অধিক যোগাযোগ উপগ্ৰহ আছে, তথাপিও GSAT-1Aৰ দৰে চোৰাংচোৱা উপগ্ৰহ নিৰ্মাণ কৰা এইটোৱেই প্ৰথম। উৎক্ষেপণৰ পিছত ইঅ’এছ-০৫ক উপ-জিটিঅ’ত স্থান দিয়া হয়। পৰৱৰ্তী কক্ষপথ বিকাশ প্ৰক্ৰিয়াৰ জৰিয়তে ই প্ৰায় ৩৬,০০০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথৰ পৰা (এই কক্ষপথত থকা কৃত্ৰিম উপগ্ৰহবোৰ পৃথিৱীৰ ঘূৰ্ণনৰ সমান বেগেৰে ঘূৰি থাকে, যাৰ বাবে উপগ্ৰহটো আকাশৰ এটা ঠাইত স্থবিৰ হৈ থকা যেন লাগে) ২৪ ঘণ্টাই ভাৰতৰ সীমা আৰু ভূখণ্ডৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ সক্ষম হ’ব।

পাকিস্তান বা চীন সীমান্তকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলৰ সঘনাই চোৰাংচোৱাগিৰি আৰু পৰ্যবেক্ষণত সহায় কৰিব। তদুপৰি ঘূৰ্ণীবতাহ, বানপানী, ডাৱৰ বিস্ফোৰণ বা বন্য অগ্নিকাণ্ডৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই উপগ্ৰহটোৱে ভাৰতৰ যিকোনো নিৰ্দিষ্ট অঞ্চলৰ ছবি মাত্ৰ ৫ মিনিটত আৰু সমগ্ৰ ভাৰতীয় ভূখণ্ডৰ ছবি প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে ইছৰোৰ নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব পাৰিব। এই উপগ্ৰহটো খনিজ অনুসন্ধান আৰু হিমবাহ নিৰীক্ষণৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ISRO
Share4Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d