ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দুসংবাদ

Staff Reporter by Staff Reporter
April 23, 2020
Reading Time: 1 min read
A A
0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দুসংবাদ

ধ0 1 e1574345654996 6 1 2 2 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

নিউজ ডেস্ক:

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই গ্ৰহণ কৰা হ’ল সেই সিদ্ধান্ত। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ নাবাঢ়ে ডি এ অৰ্থাৎ মৰগীয়া বনাচ। বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে।

WhatsApp Image 2020 04 23 at 16.16.07 | ASSAM TIMES POST
বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনাত জনোৱা হয় যে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা যি অতিৰিক্ত ডি এ দিয়াৰ কথা আছিল, সেয়া এতিয়া সম্ভৱ নহয়। আনকি ২০২১ৰ জানুৱাৰী মাহৰ পৰা যি অতিৰিক্ত Dearness Relief (DR) কৰ্মচাৰীসকলে পোৱাৰ কথা আছিল, সেয়াও প্ৰদান কৰা নহ’ব। অৰ্থাৎ পূৰ্বৰ ১৭ শতাংশ হাৰতেই ডি এ পাব চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে।
উল্লেখযোগ্য যে যোৱা মাহতেই কেন্দ্ৰৰ তৰফৰ পৰা বর্তমানৰ ১৭ শতাংশৰ ঠাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডি এ ২১ শতাংশলৈ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু কৰোনাৰ প্ৰকোপত চৰকাৰী আয় কমি যোৱাত, ব্যয় সংকোচন ঘটাবলৈ ডি এ বৃদ্ধিৰ সিদ্ধান্ত স্থগিত ৰাখে কেন্দ্ৰই।

WhatsApp Image 2020 04 23 at 16.16.08 | ASSAM TIMES POST
এই সিদ্ধান্তৰ ফলত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব ৫৪ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনভোগী। আনহাতে, বৰ্ধিত হাৰত ডি এ দিবলৈ হ’লে কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হ’ব ১৪,৫০০ কোটি টকা।

Share7Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT