ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

৭০০পৃষ্ঠাৰ আৰু ৫০০০নথি-পত্ৰৰে এপিএছচি কেলেংকাৰী ন্যায়িক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
April 2, 2022
Reading Time: 1 min read
A A
0
৭০০পৃষ্ঠাৰ আৰু ৫০০০নথি-পত্ৰৰে এপিএছচি কেলেংকাৰী ন্যায়িক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰাজ্য কপোৱাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰী ন্যায়িক তদন্তৰ প্ৰতিবেদন দাখিল।আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিয়ে অসম চৰকাৰক দাখিল কৰে ন্যায়িক তদন্ত প্ৰতিবেদন।অসম চৰকাৰৰ অধ্যক্ষ সচিব নিৰজ বাৰ্মা হাতত অপৰ্ণ কৰে ন্যায়িক প্ৰতিবেদন।

WhatsApp Image 2022 04 02 at 8.14.48 PM | ASSAM TIMES POSTউল্লেখ্য যে ন্যায়িক প্ৰতিবেদন আৰু যাৱতীয় নথি-পত্ৰ পৃথক পৃথককৈ প্ৰদান কৰিছে কমিটিখনে।তদন্তৰ প্ৰতিবেদন প্ৰায় ৭০০পৃষ্ঠাৰ লগতে বিসংগতিপূৰ্ণ নথি-পত্ৰ প্ৰায় ৫০০০পৃষ্ঠাৰ বুলি সংবাদ মাধ্যমক অৱগত কৰে ন্যায়াধীশ শৰ্মাই।

তাপৰ্যপূৰ্ণ কথা শুকুৰবাৰে পদোন্নতি লাভ কৰা অসম চৰকাৰৰ বহুকেইজন ৰাজপত্ৰিত বিষয়া প্ৰতিবেদনত নাম উল্লেখ্ আছে।অৰ্থাৎ ন্যায়িক তদন্তৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰে পদোন্নতি দিয়া বহুকেইজন ৰাজপত্ৰিত বিষয়া নামো সন্নিবিষ্ট হৈ আছে- এই কথা জনাই শৰ্মাই।

উল্লেখ্য যে ৰাকেশ পালৰ দিনত ২০১৩চনত বক্ৰপথেৰে চাকৰি লোৱা অভিযোগত ডিব্ৰুগড় আৰক্ষী হাতত পূর্বে গ্ৰেপ্তাৰ হোৱা ৩৯জন এচিএছ, এপিএছ তথা অন্যান্য সংলগ্ন সেৱা লগতে ৪০জন গ্ৰেপ্তাৰ নোহোৱা ৰাজপত্ৰিত বিষয়া নাম তদন্তৰ প্ৰতিবেদনত থকা কথা ব্যক্ত কৰে ন্যায়াধীশ গৰাকীয়ে।

গুৰুত্বপূৰ্ণ কথা উচ্চ ন্যায়ালয়ৰ নির্দেশ মৰ্মে গঠন কৰা হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক লৈ এজনীয়া ন্যায়িক তদন্তৰ কমিটি।

ইফালে প্ৰতিবেদন দাখিল কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীয়ে কয়-যথেষ্ট বিসংগতি পোৱা গৈছে তদন্তত।বিসংগতিপূৰ্ণ ৰাজপত্ৰিত বিষয়া বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয়।কিন্তু দুটা প্ৰশ্ন অৱতাৰণ হব পাৰে অপৰাধী গোচৰ শেষ নোহোৱালৈ একো কৰিব নালাগে বা বিভাগীয় প্ৰছেডিং লব লাগিব।

শৰ্মাই কয় চৰকাৰে অতি শীঘ্ৰে বিহীত ব্যৱস্থা লব পাৰে।কাৰণ এইখিনি চাকৰিত সোমোৱা বিসংগতি।চাকৰি কৰি থকা বিসংগতি নহয়।চাকৰি পৰা উলিয়াই দিয়া দৰে ব্যৱস্থা লব পাৰে।

তাপৰ্যপূৰ্ণ কথা যে তদন্তত লাভ কৰে বিসংগতি সমূহ তেওঁ কয়- ভুৱা উত্তৰবহী, ভিতৰৰ পেজ বদলি, নম্বৰৰ বিসংগতি আদি বহুতো আছে।

Tags: APSC Corruptionএপিএছচি কেলেংকাৰী
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx