ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

এটা ৱাৰ্ডত জয়লাভ কৰিলেও অসমত আম আদমী পাৰ্টিৰ লক্ষণীয় উত্থান:২৫ ৱাৰ্ডত দ্বিতীয় স্থান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 24, 2022
Reading Time: 1 min read
A A
0
এটা ৱাৰ্ডত জয়লাভ কৰিলেও অসমত আম আদমী পাৰ্টিৰ লক্ষণীয় উত্থান:২৫ ৱাৰ্ডত দ্বিতীয় স্থান

logo new 2 1 1 4 1 3 4 3 | ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

বৃহৎ জয়েৰে গুৱাহাটী পৌৰ নিগম দখল কৰিলে বিজেপি-অগপ মিত্ৰজোঁটে। মুঠ ৬০টা ৱাৰ্ডৰ গুৱাহাটী পৌৰ নিগমৰ ৫৮ টা ৱাৰ্ডত জয়লাভ কৰিছে মিত্ৰজোঁটে। ইয়াৰে ভিতৰত ৫২টা ৱাৰ্ডত বিজেপি আৰু ৬টা ৱাৰ্ডত অগপই জয়লাভ কৰিছে।

কেজৰিৱালআনহাতে, পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী তথা অসমত শক্তিশালীভাবে আত্মপ্ৰকাশ কৰি আম আদমী পাৰ্টিয়ে এটা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাবে এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ইয়াকে লৈ শতবৰ্ষ পুৰণি দলটোৱে উপৰ্যুপৰি সাতটা নিৰ্বাচনত মুখঠেকেচা খাবলগা হ’ল।

অসমত আম আদমী পাৰ্টিএইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে আপৰ আত্মপ্ৰকাশ। মুঠ ৩৮টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কেজৰিৱালৰ দলটোৱে। সংখ্যা হিচাবত এখন আসনত জয়লাভ কৰিলেও আপৰ উত্থান তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

আত্মপ্ৰকাশকিয়নো আপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৩৮টা ৱাৰ্ডৰ এটাত জয়লাভৰ বিপৰীতে আন ২৫ খন আসনত দ্বিতীয় স্থান লাভ কৰিছে। আনহাতে, ভোটৰ শতাংশ হৈছে ১৫। যিটো ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ দৃষ্টিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ বিকল্প হৈ উঠিব পাৰে আপ। লগতে দলটোৱে যদি উচিত পৰিকল্পনাৰে আগবাঢ়ে তেন্তে ভৱিষ্যতে বিজেপিৰ অন্যতম প্ৰতিদ্বন্দ্বী তথা শক্তিশালী বিৰোধী হৈ উঠিব পাৰে।

Tags: AAPআম আদমী পাৰ্টি
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx