ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ধুমুহা-বৰষুণৰ ফলত দুৰ্ঘটনাত পতিত এখন নাওঁ, শিশুসহ তিনি গৰাকীৰ মৃত্যুঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 20, 2022
Reading Time: 1 min read
A A
0
ধুমুহা-বৰষুণৰ ফলত দুৰ্ঘটনাত পতিত এখন নাওঁ, শিশুসহ তিনি গৰাকীৰ মৃত্যুঃ

logo new 2 1 1 4 1 3 5 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

কালি সন্ধিয়া হোৱা ধুমুহা বৰষুণৰ ফলত চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাট ধীৰবিলত এখন নাওঁ দুৰ্ঘটনাত পতিত হৈ শিশু সহ তিনিজনৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খণ্ড কলোবাৰী গাঁওৰ বাসিন্দা ৰহিম বক্স আৰু তেওঁৰ পত্নী ৰহিমা খাতুনয়ে কালি সন্ধিয়া প্ৰায় ৭ মান বজাত তেওঁলোকৰ নাতিনীয়েক মাছুমা খাতুনক লগত লৈ ধীৰবিলৰ সিটো পাৰৰ পৰা নিজ গৃহ কলোবাৰীলৈ যাত্ৰা আৰম্ভ কৰে।

কিন্তু নাওঁ খন ধীৰবিলৰ মাজভাগ পোৱাৰ সময়তে হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ কবলত পৰি নাওঁ খন পানীত বুৰ যায় আৰু নাওঁ খনত থকা তিনিও গৰাকী ব্যক্তি নিখোজ হৈ পৰে।

পৰৱৰ্তী সময়ত, পৰিয়ালৰ লোকে চিন্তিত বিচাৰ খোচাৰ আৰম্ভ কৰাত উক্ত যাত্ৰীবাহী নাওঁ খন দুৰ্ঘটনাত পতিত হোৱা বুলি অনুমান কৰি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিক অৱগত কৰে।

উক্ত খবৰ লাভ কৰি আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে ততালিকে আৰক্ষীৰ দল এটা ঘটনাস্থলীলৈ প্ৰেৰণ কৰে আৰু কিছু সময়ৰ পাছতে আৰক্ষীয়ে ৰাইজৰ সহযোগত দুৰ্ঘটনাগ্ৰস্থ নাওঁ খন উদ্ধাৰ হয়। পিছত আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান তীব্ৰ কৰি মাছুমা খাতুনৰ মৃতদেহটো উদ্ধাৰ কৰে যদিও ৰহিম বক্স আৰু তেওঁৰ পত্নী ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

আকৌ, আজি ৰাতিপুৱা এছ ডি আৰ এফৰ এটি দলে উদ্ধাৰ অভিযান চলাই ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰে। বাতৰি লিখা পৰলৈকে নিখোজ হৈ থকা ৰহিম বক্সৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি খবৰ পোৱা গৈছে।

Tags: দুৰ্ঘটনানাওঁ দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
ADVERTISEMENT
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT