ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অমৰ শৰ্মাৰ “দ্যা আল্টিমেট ব্যুমেৰাং” ৰ সাফল্যৰ অবিৰত যাত্ৰাঃ আজি শুভ মহুৰত

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2019
Reading Time: 1 min read
A A
0
অমৰ শৰ্মাৰ “দ্যা আল্টিমেট ব্যুমেৰাং” ৰ সাফল্যৰ অবিৰত যাত্ৰাঃ আজি শুভ মহুৰত

RELATED POSTS

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

ASSAM TIMES POST

অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত নাট্য মন্দিৰত নাট্যম, বোকাখাতৰ নিবেদনত প্ৰদৰ্শিত হ’ব লগীয়া নাট্যকাৰ অমৰ শৰ্মাৰ “দ্যা আল্টিমেট বুমেৰাং” একাংক নাটখনিৰ এই বৰ্ষৰ নিবেদনৰ বাবে মঙলবাৰে শুভ মহুৰত অনুষ্ঠিত হৈ যায়। উদীয়মান প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নাট্যকৰ্মী তথা নাট্যম, বোকাখাতৰ যুটীয়া সম্পাদক ৰাতুল ফুকনে পৰিচালনা কৰিব লগীয়া নাটখনিত অভিনয় কৰিব ক্ৰমে দীপজ্যোতি ঠাকুৰীয়া, প্ৰনৱ শইকীয়া, তৰুণ তীৰ্থ শইকীয়া, ময়ূৰী বৰা আৰু শিশু শিল্পী চিন্ময় হাজৰিকাই। সংগীত ব্যৱস্থাপনাত থাকিব মৃত্যুঞ্জয় শইকীয়া। নাট্যম, বোকাখাতৰ যুটীয়া সম্পাদক দীপজ্যোতি ঠাকুৰীয়াই আঁট ধৰা মহুৰত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নাট্যম, বোকাখাতৰ মুখ্য উপদেষ্টা তথা কবি-নাট্যকাৰ অমৰ শৰ্মাই। অনুষ্ঠানটিত আৰু উপস্থিত আছিল নাট্যম, বোকাখাতৰ উপসভাপতি অজন্তা তালুকদাৰ, শিশু শিল্পী চিন্ময় হাজৰিকাৰ মাতৃ তথা সাংস্কৃতিক কৰ্মী ৰূপালী হাজৰিকা, যুৱ নাট্যকৰ্মী প্ৰত্যাশা ভৰদ্বাজ, নাট্যগোষ্ঠীটোৰ সদস্যবৃন্দ, স্থানীয় গণ্যমান্য ব্যক্তিসকলকে ধৰি প্ৰায় ৪০ গৰাকী ব্যক্তি। নিজৰ ভাষণত পৰিচালক আৰু অভিনেতাসকলৰ লগতে সমূহ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰি উৎসাহিত কৰি তোলে নাট্যকাৰ অমৰ শৰ্মাই। লগতে নাটখনিৰ নাট্যকাৰ, পৰিচালক, অভিনেতা তথা আন কলা কুশলীকে ধৰি সকলো নাট্যগোষ্ঠীটোৰেই সদস্য বুলি নিজৰ ভাষণত গৌৰৱাম্বিত হৈ পৰে পৰিচালক ৰাতুল ফুকন। যুটীয়া সম্পাদক দীপজ্যোতি ঠাকুৰীয়াইও মহুৰত অনুষ্ঠানটিত শুভেচ্ছামূলক বক্তব্য ৰাখে। উল্লেখ্য যে যোৱাটো বৰ্ষত সাৰথি, বোকাখাতৰ নিবেদনত অসমৰ যশস্বী নাট পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালনাৰে ‘দ্যা আল্টিমেট বুমেৰাং’ নাটখনিয়ে ভালেসংখ্যক একাংক নাট প্ৰতিযোগিতাত অংশ গ্ৰহণৰ জড়িয়তে প্ৰায় সকলো শিতানতে শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰি সমগ্ৰ অসমতে সফলতা লাভ কৰাৰ লগতে ‘আইনা, জীৱনৰ ৰংগমঞ্চ’ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত গুৱাহাটীত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ আৰু কেইবাটাও শিতানত শ্ৰেষ্ঠ পুৰস্কাৰেৰে নাট্যনগৰী বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। বিগত বৰ্ষৰ দৰে এইবাৰো নাটখনিয়ে অনুৰূপ সফলতা কঢ়িয়াই আনিব বুলি উপস্থিত ৰাইজে আশা প্ৰকাশ কৰাৰ লগতে নাট্যদলটিলৈ শুভকামনা জ্ঞাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share64Tweet6Send

Related Posts

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

by News Desk
September 26, 2026
56
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

by News Desk
September 26, 2026
71
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

by News Desk
September 25, 2026
55
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
51
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
56
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d