ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়

নিউজ ডেস্কঃ

News Desk by News Desk
January 3, 2023
Reading Time: 1 min read
A A
0
কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

বিশ্বজুৰি কোভিড সংক্ৰমণ (Covid Infection)ৰ গ্ৰাফ লাহে লাহে বাঢ়িছে (Increased)। উদ্বিগ্নতাও বাঢ়িছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে কোভিড ভেকচিন বুষ্টাৰ (Vaccine Booster)ৰ দ্বিতীয় ডোজ (2nd dose) লোৱাটো কিমান প্ৰয়োজনীয়। কোভিড ভেকচিন বুষ্টাৰৰ দ্বিতীয় ডোজ লোৱাৰ প্ৰয়োজন নাই বুলি মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, প্ৰথমে সমগ্ৰ দেশতে বুষ্টাৰ টীকাকৰণ সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ।

বুষ্টাৰৰ দ্বিতীয় ডোজ
Covid second dose of booster :

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Ministry of Health) পৰিসংখ্যা অনুসৰি, মঙলবাৰে দেশত ১৩৪ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়। সোমবাৰৰ তুলনাত কমিছে সক্ৰিয় ৰোগীৰ সংখ্যা। মঙলবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২৫৮২ লৈ বৃদ্ধি পায়।

যোৱা এদিনত দেশত ২২২ জন লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। আশাৰ কথা যে যোৱা ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই। এই পৰ্যন্ত দেশত কোভিডত আক্ৰান্ত হৈ ৫ লাখ ৩০ হাজাৰ ৭০৭ জন লোকৰ মৃত্যু হৈছে।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানচুখ মাণ্ডবিয়াই (Health Minister Mansukh Mandbia) সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ কোভিড টেষ্টিং বিষয়টোৰ তদন্ত কৰে। চীনত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। যাতে সেই দেশৰ পৰা ইয়ালৈ সংক্ৰমণ বিয়পি নাযায়, তাক লৈ সক্ৰিয় কেন্দ্ৰ।

ইয়াৰ পূৰ্বে কেন্দ্ৰই চীনকে ধৰি বিভিন্ন দেশৰ পৰা উভতি অহা যাত্ৰীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছিল। সোমবাৰে ৬খন দেশ স্পৰ্শ কৰা বিমানখনত ভাৰতলৈ অহাসকলৰ বাবেও কঠোৰ নিয়ম জাৰি কৰা হৈছে।

নতুন নিয়ম অনুসৰি সেই ৬ খন দেশৰ বিমানবন্দৰৰ জৰিয়তে ভাৰতলৈ অহা সকলো আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে বিমানত উঠাৰ আগতে Covid.72 ৰ বাবে RTPCR ৰিপৰ্ট জমা দিব লাগিব। প্ৰতিবেদন নেগেটিভ হʼব লাগিব। চীনৰ বাহিৰেও এই নিয়ম দক্ষিণ কোৰিয়া, থাইলেণ্ড, হংকং, জাপান, ছিংগাপুৰৰ ক্ষেত্ৰত জাৰি কৰা হৈছে।

Tags: second dose of the boosterবুষ্টাৰৰ দ্বিতীয় ডোজ
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx