ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP Encounter I উত্তৰ প্ৰদেশৰ মাফিয়া-ৰাজনীতিক আতিক আহমেদক ভাতৃৰ সৈতে গুলীয়াই হত্যা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 16, 2023
Reading Time: 1 min read
A A
0
UP Encounter I উত্তৰ প্ৰদেশৰ মাফিয়া-ৰাজনীতিক আতিক আহমেদক ভাতৃৰ সৈতে গুলীয়াই হত্যা

RELATED POSTS

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

উত্তৰ প্ৰদেশৰ (Uttar pradesh) এসময়ৰ মাফিয়াৰ পৰা ৰাজনীতিক হোৱা তথা প্ৰাক্তন সাংসদ আতিক আহমেদ ( Atiq Ahmed) আৰু তেওঁৰ ভাতৃক আততায়ীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে । শনিবাৰে দুয়োকে গুলীয়াই হত্যা কৰা হয় । ঘটনা সন্দৰ্ভত প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই কয়, “আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক চিকিৎসাৰ বাবে নিয়া হৈছিল ।

 আতিক আহমেদ
মাফিয়া-ৰাজনীতিক আতিক আহমেদক ভাতৃৰ সৈতে গুলীয়াই হত্যা:

তেনে সময়ত সংবাদ মাধ্যমৰ লোকক বাইট দি থকা অৱস্থাত সংবাদিকৰ বেশত থকা তিনিজন আততায়ীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয় । এই ঘটনাত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ সোধা-পোছা চলি আছে । ঘটনাটোত এজন সাংবাদিক আৰু এজন কনিষ্টবল আহত হৈছে ।”

আনহাতে, প্ৰয়াগৰাজত আতিক আহমেদক গুলীচালনাৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে ৰাজ্যখনৰ কেইবাখনো স্থানত ফ্লেগ মাৰ্চ কৰে । ৰাজ্য চৰকাৰে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিস্থিতি অব্যাহত ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে । নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ লগতে সকলো জিলাতে ১৪৪ ধাৰাও জাৰি কৰি ছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ বাসগৃহত আৰক্ষী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ।
উল্লেখ্য, উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে কয় যে শনিবাৰে নিশা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা শ্বুটাৰসকল ঘটনাস্থলীত সাংবাদিকৰ ৰূপত আছিল । “শ্বুটাৰসকল সাংবাদিক হিচাপে আছিল আৰু আতিক স্বাস্থ্য পৰীক্ষা কৰিবলৈ ওলাই অহাত তেওঁলোকক আন সাংবাদিকে আগুৰি ধৰে । তেতিয়াই আততায়ীকেইজন আতিক আৰু তেওঁৰ ভাতৃৰ কাষ চাপে । এজনৰ হাতত কেমেৰা আছিল আন এজনে মাইক লৈ ঘূৰি ফুৰিছিল । তাত এনচিআৰ নিউজ লিখা আছিল । তৃতীয়জনে দুয়োকে সহায় কৰি আছিল ।” আৰক্ষী সূত্ৰই এই কথা জনায় ।

আতিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে এজন ব্যক্তিয়ে শূন্য দূৰত্বৰ পৰা তেওঁৰ মূৰত গুলীচালনা কৰে । আতিক লগে লগে বাগৰি পৰে । আন দুজনেও কেমেৰা আৰু মাইক দলিয়াই গুলীবৰ্ষণ আৰম্ভ কৰা বুলি সূত্ৰত উল্লেখ । উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ঝান্সীত সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ কেইদিনমান পিছতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক গুলীয়াই হত্যা কৰা হয় ।

IMG 20230416 WA0003 | ASSAM TIMES POSTআতিক আহমেদ ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ড আৰু এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল । উত্তৰ প্ৰদেশ চৰকাৰে দেওবাৰে সকলো জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাইজক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আহ্বান জনাইছে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Atiq Ahmed
Share4Tweet3Send

Related Posts

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
50
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
50
Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল
National-International

Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

by News Desk
September 28, 2026
50
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
ADVERTISEMENT
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d