ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2023
Reading Time: 1 min read
A A
0
Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

উদ্বেগ বৃদ্ধি কৰি এদিনতে দৈনিক কৰোনা সংক্ৰমণৰ (Corona infection) সংখ্যা ২০ শতাংশ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন (Union Health Ministry Bulletin) অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১২,৫৯১ জন নতুনকৈ কৰোনা আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ২৯ জন লোকৰ মৃত্যু (29 people died) হৈছে। ইয়াৰে ৰাজধানী দিল্লীত ৬ জন, মহাৰাষ্ট্ৰত ৪ জন আৰু উত্তৰ প্ৰদেশত ৪ জন লোকৰ মৃত্যু হৈছে।

 কৰোনাত আক্ৰান্ত
২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১:

বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত এতিয়া দেশত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫,২৮৬ জনলৈ বৃদ্ধি পাইছে।এই পৰ্যন্ত দেশত মুঠ ৪ কোটি ৪৮ লাখ ৫৭ হাজাৰ ৯৯২ জন লোক কৰোনাত আক্ৰান্ত হৈছে। ৪ কোটি ৪২ লাখ ৬১ হাজাৰ ৪৭৬ জন লোকে আৰোগ্য লাভ কৰিছে কৰোনাত।

Corona infectionকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি, বুধবাৰে দেশত ১০,৫৪২ জন লোক আক্ৰান্ত হয়। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে আক্ৰান্তৰ সংখ্যা প্ৰায় ২০ শতাংশ বৃদ্ধি পাই ১২,৫৯১ জন হৈছে। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আৰু কম। এনেদৰে ধাপে ধাপে কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পুনৰ মানুহৰ মাজত কোভিডৰ ভয়ৰ সৃষ্টি হৈছে।

অৱশ্যে চিকিৎসকৰ দাবী, এই পৰিস্থিতিত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ উপৰি চিকিৎসকে কোভিডৰ প্ৰয়োজনীয় নিয়ম মানি চলি বুষ্টাৰ ভেকচিন লোৱাৰো পৰামৰ্শ দিয়ে।চিকিৎসকৰ ধাৰণা XBB.1.16 ৰ Omicron ৰূপৰ কোভিড বাবেই সমগ্ৰ দেশতে পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে।

Tags: #coronaCorona infectionকৰোনাকৰোনা সংক্ৰমণ
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx