ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : এইবাৰ গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

নিউজ ডেস্কঃ

News Desk by News Desk
March 5, 2025
Reading Time: 1 min read
A A
0
Manipur violence : এইবাৰ গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

RELATED POSTS

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Manipur Extortion Case : Militant Among 3 Arrested

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

New Logo Smal | ASSAM TIMES POST

মণিপুৰৰ সকলো সম্প্ৰদায় (All communities in Manipur)ৰ মুক্ত চলাচল (Free movement) নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ নাকচ (Rejection of order) কৰিছে কুকি সংগঠন (Kuki Organisation), কমিটি অন ট্ৰাইবেল ইউনিটিয়ে (Committee on Tribal Unity)। যোৱা সপ্তাহত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি অমিত শ্বাহে কৈছিল, “যদি কোনো লোকে চলাচলত বাধা দিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা জাতিগত হিংসাই মণিপুৰক দুটা ভাগত বিভক্ত কৰিছে। মেইটেই আৰু কুকি-জো সম্প্ৰদায়ে পৃথক ভূখণ্ড দাবী কৰিছে।

আনহাতে, ৪ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত এই যৌথ সংগঠনটোৱে কমেও আঠটা প্ৰস্তাৱ গ্ৰহণ কৰে, য’ত কুকি-জো অঞ্চলত মুক্ত চলাচল বন্ধ কৰাও আছিল। কুকি জনগোষ্ঠীৰ ইচ্ছাক সন্মান জনোৱা সমাধান সূত্ৰ বিচাৰি নোপোৱালৈকে মুক্ত চলাচল পুনৰ আৰম্ভ কৰাটো সম্ভৱ নহয় বুলি তেওঁলোকে কয়।

manipur 2 | ASSAM TIMES POST
গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

সংস্থাটোৱে লগতে কয় যে কুকি-জো সম্প্ৰদায়ে পৃথক প্ৰশাসনৰ দাবীৰ সৈতে আপোচ নকৰে। লগতে কুকি প্ৰধান অঞ্চলটোৰ বাবে পৃথক প্ৰশাসন হৈছে মেইটেই সম্প্ৰদায়ৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ অন্যতম সমাধান।

সংগঠনটোৱে ঘোষণা কৰে যে তেওঁলোকে “গণ সমাৱেশ, প্ৰতিবাদ আৰু গণতান্ত্ৰিক প্ৰতিৰোধৰ জৰিয়তে” পৃথক ভূখণ্ডৰ দাবীৰ বাবে যুঁজি থাকিব। তেওঁলোকে লগতে কয় যে যদি কোনো ব্যক্তিয়ে সামূহিক স্বাৰ্থৰ ওপৰত ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিয়ে বা চৰকাৰৰ সৈতে সহযোগিতা কৰে তেন্তে তেওঁক “দেশদ্ৰোহী” বুলি গণ্য কৰা হ’ব।

ইফালে COTU-ৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেইটেই সংগঠনৰ সমন্বিত মঞ্চ মণিপুৰ ঐক্যৰ সমন্বয় সমিতিয়ে (কোক’মি) এই মন্তব্যক “উচটনি আৰু উত্তেজনামূলক” বুলি অভিহিত কৰে।

আনহাতে, ম্যানমাৰৰ সৈতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অমিত শ্বাহে প্ৰৱেশ পইণ্টত বেৰ দিয়াৰ নিৰ্দেশত মিজো, নগা আৰু কুকি-জো সম্প্ৰদায়ৰ লোকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manipurমণিপুৰ
Share4Tweet3Send

Related Posts

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
59
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
53
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
53
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
57
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d